মুখ্য পৃষ্ঠা
শ্ৰেণীবিন্যাসসমূহ
প্ৰকল্পৰ বিষয়ে
Android App
iOS App
আমাৰ লগত যোগাযোগ কৰক
ভাষা
শ্ৰেণীবিন্যাস:
মুহাম্মাদী শাৰীৰিক আৰু চাৰিত্ৰিক গঠণ
মুখ্য পৃষ্ঠা
শ্ৰেণীবিন্যাসসমূহ
জীৱনী আৰু ইতিহাস
নবী জীৱনী
উপ-শ্ৰেণীবিন্যাসসমূহ
সৃষ্টিগত বৈশিষ্ট্যসমূহ (1)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লিবাছ (2)
চাৰিত্ৰিক বৈশিষ্ট্যসমূহ (10)
নবৱী আদৰ্শ (8)
হাদীছৰ তালিকা
“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
তামিল
বাৰ্মিজ
থাই
জাৰ্মান
জাপানীজ
পুস্তু
অসমীয়া
আলবেনীয়ান
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
“হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
তামিল
বাৰ্মিজ
থাই
জাৰ্মান
জাপানীজ
পুস্তু
অসমীয়া
আলবেনীয়ান
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
তাজিক
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ফুলানী
ওৰোমো
কান্নাড়া
الولوف
البلغارية
আজেৰি
اليونانية
উজবেক
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الخميرية
الماراثية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলোতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
তামিল
বাৰ্মিজ
থাই
জাৰ্মান
জাপানীজ
পুস্তু
অসমীয়া
আলবেনীয়ান
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
তাজিক
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
البلغارية
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الخميرية
الماراثية
কোৰআনখনেই আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
তামিল
বাৰ্মিজ
থাই
জাৰ্মান
জাপানীজ
পুস্তু
অসমীয়া
আলবেনীয়ান
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
তাজিক
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
কান্নাড়া
الولوف
البلغارية
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الخميرية
الماراثية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
পুস্তু
অসমীয়া
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
মই নবী চাল্লাল্লাল্লাহু আলাইহি অছাল্লামক কেতিয়াও আলজিভা দেখিব পৰাকৈ উচ্চ স্বৰত হাঁহি থকা দেখা নাই। বৰং তেখেতে সদায় মিচিকিয়া হাঁহিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
পুস্তু
অসমীয়া
ছুইডিছ
ডাচ
গুজৰাটী
নেপালী
ইউৰোবা
ৰোমানিয়ান
হাংগেৰী
الموري
ওৰোমো
কান্নাড়া
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
তামিল
বাৰ্মিজ
থাই
জাৰ্মান
পুস্তু
অসমীয়া
আলবেনীয়ান
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
পুস্তু
অসমীয়া
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
মই তোমালোকক দাজ্জাল সম্পৰ্কে এনেকুৱা কোনো সংবাদ নিদিমনে, যি সংবাদ কোনো নবীয়েই তেওঁলোকৰ উম্মতক দিয়া নাছিল? সেইটো হৈছে এই যে, দজ্জাল হ'ব কণা। সি নিজৰ লগত ৰাখিব জান্নাত আৰু জাহান্নামৰ দৰে বস্তু।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
জাৰ্মান
পুস্তু
অসমীয়া
ছুইডিছ
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
পুস্তু
অসমীয়া
ছুইডিছ
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
লিথুৱেনিয়ান
ছাৰ্বিয়ান
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্দাকাৰী অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লাজুক আছিল। কিন্তু তেখেতে যেতিয়া কোনো বস্তুক অপছন্দ কৰিছিল তেতিয়া আমি তেখেতৰ চেহাৰাতেই সেইটো গম পাইছিলোঁ।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
পুস্তু
অসমীয়া
ছুইডিছ
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
লিথুৱেনিয়ান
ছাৰ্বিয়ান
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আদায় কৰিছিল তেতিয়া তেখেতে দুয়ো বাহু ইমানখিনি প্ৰসাৰিত কৰিছিল যে, তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা গৈছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
জাৰ্মান
পুস্তু
অসমীয়া
ছুইডিছ
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
জাৰ্মান
পুস্তু
অসমীয়া
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
যদি মুমিনসকলৰ ওপৰত - অথবা মোৰ উম্মতৰ ওপৰত- কষ্টকৰ নহ'লহেঁতেন তেন্তে মই তেওঁলোকক প্ৰত্যেক নামাজৰ সময়তে মিছৱাক কৰাৰ নিৰ্দেশ দিলোঁহেঁতেন।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
পুস্তু
অসমীয়া
ছুইডিছ
আমহাৰিক
ডাচ
গুজৰাটী
নেপালী
ইউৰোবা
ৰোমানিয়ান
হাংগেৰী
الموري
কান্নাড়া
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জুনুবী অৱস্থাত একে পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিলোঁ। তেখেতে মোক হায়েজ অৱস্থাত ইঝাৰ বান্ধি লবলৈ নিৰ্দেশ দিছিল আৰু মোৰ লগত আলিঙ্গন কৰিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
তামিল
থাই
জাৰ্মান
পুস্তু
অসমীয়া
আলবেনীয়ান
ছুইডিছ
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
ইউৰোবা
লিথুৱেনিয়ান
দাৰী
ছাৰ্বিয়ান
ছোমালি
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
ইটালিয়ান
ওৰোমো
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
উইঘোৰ
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
জাৰ্মান
পুস্তু
অসমীয়া
ছুইডিছ
ডাচ
গুজৰাটী
কিৰ্গিজ
নেপালী
দাৰী
ছাৰ্বিয়ান
কিনিয়াৰাৱাণ্ডা
ৰোমানিয়ান
হাংগেৰী
চেক
الموري
মালাগাছী
কান্নাড়া
الولوف
আজেৰি
ইউক্ৰেইনীয়ান
الجورجية
المقدونية
الماراثية
(কান্ধলৈকে) দীঘল (বাবৰি) চুলিবিশিষ্ট আৰু ৰঙা পোছাক পৰিহিত কোনো লোককেই মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক ধুনীয়া দেখা নাই।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
শ্বাহিলী
থাই
অসমীয়া
গুজৰাটী
ৰোমানিয়ান
হাংগেৰী
الجورجية
الماراثية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
শ্বাহিলী
থাই
অসমীয়া
ৰোমানিয়ান
হাংগেৰী
الجورجية
الماراثية
এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
অসমীয়া
ডাচ
গুজৰাটী
ৰোমানিয়ান
হাংগেৰী
الموري
الجورجية
المقدونية
الماراثية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল।
عربي
ইংৰাজী
উৰ্দু
...
স্পেনিছ
ইন্দোনেচিয়ান
বাংলা
ফৰাচী
তুৰ্কী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
তাগালোগ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
মালয়ালম
তেলেগু
শ্বাহিলী
থাই
অসমীয়া
ডাচ
গুজৰাটী
ৰোমানিয়ান
হাংগেৰী
الموري
الجورجية
المقدونية
الماراثية
তেখেত কেতিয়াও অশ্লীলভাষী নাছিল, আৰু বেয়া ব্যৱহাৰো কৰা নাছিল, লগতে তেখেতে কেতিয়াও বজাৰত চিঞৰ বাখৰ কৰা নাছিল, এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল।
عربي
ইংৰাজী
উৰ্দু
...
ইন্দোনেচিয়ান
ফৰাচী
ৰুচিয়ান
বোছনিয়ান
ছিনহালী
হিন্দী
চাইনিজ
ফাৰ্চি
ভিয়েতনামীজ
কুৰ্দিশ
হাওছা
পৰ্তুগীজ
তেলেগু
শ্বাহিলী
থাই
অসমীয়া
ডাচ
গুজৰাটী
ৰোমানিয়ান
হাংগেৰী
الجورجية
الماراثية
×
আমাৰ লগত যোগাযোগ কৰক
নাম *
ই-মেইল *
বাৰ্তা *
প্ৰেৰণ
ই-মেইল
()
*
পঞ্জীয়ন কৰক
×
ভাষা:
العربية
English
اردو
Español
Bahasa Indonesia
ئۇيغۇرچە
বাংলা
Français
Türkçe
Русский
Bosanski
සිංහල
हिन्दी
中文
فارسی
Tiếng Việt
Tagalog
Kurdî
Hausa
Português
മലയാളം
తెలుగు
Kiswahili
தமிழ்
မြန်မာ
ไทย
Deutsch
日本語
پښتو
অসমীয়া
Shqip
Svenska
አማርኛ
Nederlands
ગુજરાતી
Кыргызча
नेपाली
Yorùbá
Lietuvių
دری
Српски
Soomaali
тоҷикӣ
Kinyarwanda
Română
Magyar
Čeština
Moore
Malagasy
Fulfulde
Italiano
Oromoo
ಕನ್ನಡ
Wolof
Български
Azərbaycan
Ελληνικά
Akan
O‘zbek
Українська
ქართული
Lingala
Македонски
ភាសាខ្មែរ
Bambara
ਪੰਜਾਬੀ
मराठी
×
ভিতৰত অনুসন্ধান কৰকঃ:
العربية
English
اردو
Español
Bahasa Indonesia
ئۇيغۇرچە
বাংলা
Français
Türkçe
Русский
Bosanski
සිංහල
हिन्दी
中文
فارسی
Tiếng Việt
Tagalog
Kurdî
Hausa
Português
മലയാളം
తెలుగు
Kiswahili
தமிழ்
မြန်မာ
ไทย
Deutsch
日本語
پښتو
অসমীয়া
Shqip
Svenska
አማርኛ
Nederlands
ગુજરાતી
Кыргызча
नेपाली
Yorùbá
Lietuvių
دری
Српски
Soomaali
тоҷикӣ
Kinyarwanda
Română
Magyar
Čeština
Moore
Malagasy
Fulfulde
Italiano
Oromoo
ಕನ್ನಡ
Wolof
Български
Azərbaycan
Ελληνικά
Akan
O‘zbek
Українська
ქართული
Lingala
Македонски
ភាសាខ្មែរ
Bambara
ਪੰਜਾਬੀ
मराठी
অনুসন্ধান
×
অনুসন্ধানৰ ফলাফল: