এইটো হৈছে এটা পূৰ্ণাংগ প্ৰকল্প। ইছলামিক বিষয়সমূহত বাৰে বাৰে ব্যৱহাৰ হোৱা হাদীছসমূহ ইয়াত নিৰ্বাচন কৰি সেইবোৰৰ সহজ-সৰল আৰু ব্যাপকভাৱে ব্যাখ্যা কৰা হৈছে, তাৰ পিছত নিৰ্দিষ্ট পদ্ধতি অনুসৰি জীৱন্ত ভাষালৈ উচ্চমানৰ অনুবাদ কৰা হৈছে, লগতে বিভিন্ন প্ৰকাৰৰ উন্মুক্ত প্লেটফৰ্মসমূহত বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে।.