হাদীছৰ তালিকা

মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ
عربي ইংৰাজী ফৰাচী
মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জুনুবী অৱস্থাত একে পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিলোঁ। তেখেতে মোক হায়েজ অৱস্থাত ইঝাৰ বান্ধি লবলৈ নিৰ্দেশ দিছিল আৰু মোৰ লগত আলিঙ্গন কৰিছিল।
عربي ইংৰাজী ফৰাচী