উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

যেতিয়া কোনো মানুহে তাৰ ভাতৃক ভাল পায়, তেতিয়া তেওঁ তাক জনাই দিয়া উচিত যে, তেওঁ তাক ভাল পায়।
عربي ইংৰাজী ফৰাচী
গীবত কি তোমালোকে জানানে? তেওঁলোকে ক’লেঃ “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে”। তেখেতে ক’লে, তোমালোকৰ ভাতৃয়ে যিটো অপছন্দ কৰে সেই বিষয়ে সমালোচনা কৰা।
عربي ইংৰাজী ফৰাচী
ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।
عربي ইংৰাজী ফৰাচী
প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
عربي ইংৰাজী ফৰাচী