হাদীছে নবৱীৰ অনুবাদ বিশ্বকোষ

ছহীহ হাদীছসমূহৰ স্পষ্ট অৰ্থ আৰু সৰল ব্যাখ্যা সহজলভ্য কৰাটো হৈছে এই প্ৰকল্পৰ উদ্দেশ্য।

API +400 Million API Calls
ভাষা
العربية Arabic English الإنجليزية اردو الأوردية Español الإسبانية Indonesia الإندونيسية ئۇيغۇرچە الأيغورية বাংলা البنغالية Français الفرنسية Türkçe التركية Русский الروسية Bosanski البوسنية සිංහල السنهالية हिन्दी الهندية 中文 الصينية فارسی الفارسية Tiếng Việt الفيتنامية Tagalog تجالوج Kurdî الكردية Hausa الهوسا Português البرتغالية മലയാളം المليالم తెలుగు التلغو Kiswahili السواحيلية தமிழ் التاميلية မြန်မာ البورمية ไทย التايلندية Deutsch الألمانية 日本語 اليابانية پښتو بشتو Shqip الألبانية Svenska السويدية አማርኛ الأمهرية Nederlands الهولندية ગુજરાતી الغوجاراتية Кыргызча القيرقيزية नेपाली النيبالية Yorùbá اليوروبا Lietuvių الليتوانية دری الدرية Српски الصربية Soomaali الصومالية тоҷикӣ الطاجيكية Kinyarwanda الكينياروندا Română الرومانية Magyar المجرية Čeština التشيكية Moore الموري Malagasy المالاجاشية Fulfulde الفولانية Italiano الإيطالية Oromoo الأورومو ಕನ್ನಡ الكانادا Wolof الولوف Български البلغارية Azərbaycan الأذربيجانية Ελληνικά اليونانية Akan الأكانية O‘zbek الأوزبكية Українська الأوكرانية ქართული الجورجية Lingala اللينجالا Македонски المقدونية ភាសាខ្មែរ الخميرية Bambara البامبارية ਪੰਜਾਬੀ البنجابية मराठी الماراثية Dansk الدنماركية Kirundi الكيروندي Yao الياو Kurmancî الكرمنجية Bahasa Melayu الملايو

হাদীছৰ তালিকা

অধিক
সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।
“যিয়ে আমাৰ চৰীয়তত এনেকুৱা কোনো নীতি প্ৰৱৰ্তন কৰিছে যিটো ইয়াৰ ভিতৰত নাই সেইটো অগ্ৰহণযোগ্য।
“ইছলাম হৈছে- তুমি এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে আল্লাহৰ ঘৰৰ হজ্জ কৰা।”
ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।
যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।
যি ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিছে, লগতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰিছে, সেই ব্যক্তিৰ ধন-সম্পদ আৰু তেজ আদি নিৰাপদ আৰু তাৰ হিচাপ-নিকাচ হৈছে আল্লাহৰ জিম্মাত।
যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।
যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।
শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে তুমি সিহঁতৰ ওচৰলৈ যোৱাৰ পিছত সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল।
উদ্দেশ্যসমূহ

হাদীছে নবৱীৰ বিশ্বকোষ আৰু ইয়াৰ অনুবাদসমূহ

এইটো হৈছে এটা পূৰ্ণাংগ প্ৰকল্প। ইছলামিক বিষয়সমূহত বাৰে বাৰে ব্যৱহাৰ হোৱা হাদীছসমূহ ইয়াত নিৰ্বাচন কৰি সেইবোৰৰ সহজ-সৰল আৰু ব্যাপকভাৱে ব্যাখ্যা কৰা হৈছে, তাৰ পিছত নিৰ্দিষ্ট পদ্ধতি অনুসৰি জীৱন্ত ভাষালৈ উচ্চমানৰ অনুবাদ কৰা হৈছে, লগতে বিভিন্ন প্ৰকাৰৰ উন্মুক্ত প্লেটফৰ্মসমূহত বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে।

হাদীছে নবৱীৰ অনুবাদৰ উন্নত নিৰ্ভৰযোগ্য আন্তৰ্জাতিকমানৰ মুক্ত উৎস প্ৰস্তুত কৰা।

অনুবাদ কৰা অৱস্থাত অনুবাদকসকলৰ সন্মুখত হাদীছৰ অনুবাদসমূহৰ ইলেক্ট্ৰনিক মেমোৰি সহজলভ্য কৰা

সম্ভাৱ্য সকলো উপায়ে ইচ্ছুক ব্যক্তিবৰ্গলৈ অনুবাদসমূহ সৰবৰাহ কৰা

Download the encyclopedia content

Download the Prophetic Hadith Encyclopedia content for free, in the language and format you need.

Downloading files indicates acceptance of the Terms and Policies
BN বাংলা البنغالية Excel CSV SQLite
UG ئۇيغۇرچە الأيغورية Excel CSV SQLite
HA Hausa الهوسا Excel CSV SQLite
KU Kurdî الكردية Excel CSV SQLite
TL Tagalog تجالوج Excel CSV SQLite
VI Tiếng Việt الفيتنامية Excel CSV SQLite
FA فارسی الفارسية Excel CSV SQLite
ZH 中文 الصينية Excel CSV SQLite
HI हिन्दी الهندية Excel CSV SQLite
SI සිංහල السنهالية Excel CSV SQLite
BS Bosanski البوسنية Excel CSV SQLite
TR Türkçe التركية Excel CSV SQLite
PT Português البرتغالية Excel CSV SQLite
ML മലയാളം المليالم Excel CSV SQLite
TE తెలుగు التلغو Excel CSV SQLite
SW Kiswahili السواحيلية Excel CSV SQLite
TA தமிழ் التاميلية Excel CSV SQLite
MY မြန်မာ البورمية Excel CSV SQLite
TH ไทย التايلندية Excel CSV SQLite
JA 日本語 اليابانية Excel CSV SQLite
KY Кыргызча القيرقيزية Excel CSV SQLite
NE नेपाली النيبالية Excel CSV SQLite
DE Deutsch الألمانية Excel CSV SQLite
PS پښتو بشتو Excel CSV SQLite
AS অসমীয়া الأسامية Excel CSV SQLite
SQ Shqip الألبانية Excel CSV SQLite
SV Svenska السويدية Excel CSV SQLite
AM አማርኛ الأمهرية Excel CSV SQLite
NL Nederlands الهولندية Excel CSV SQLite
GU ગુજરાતી الغوجاراتية Excel CSV SQLite
YO Yorùbá اليوروبا Excel CSV SQLite
LT Lietuvių الليتوانية Excel CSV SQLite
PRS دری الدرية Excel CSV SQLite
SR Српски الصربية Excel CSV SQLite
SO Soomaali الصومالية Excel CSV SQLite
TG тоҷикӣ الطاجيكية Excel CSV SQLite
RW Kinyarwanda الكينياروندا Excel CSV SQLite
RO Română الرومانية Excel CSV SQLite
HU Magyar المجرية Excel CSV SQLite
CS Čeština التشيكية Excel CSV SQLite
MOS Moore الموري Excel CSV SQLite
MG Malagasy المالاجاشية Excel CSV SQLite
FF Fulfulde الفولانية Excel CSV SQLite
IT Italiano الإيطالية Excel CSV SQLite
OM Oromoo الأورومو Excel CSV SQLite
KN ಕನ್ನಡ الكانادا Excel CSV SQLite
WO Wolof الولوف Excel CSV SQLite
BG Български البلغارية Excel CSV SQLite
AZ Azərbaycan الأذربيجانية Excel CSV SQLite
EL Ελληνικά اليونانية Excel CSV SQLite
AK Akan الأكانية Excel CSV SQLite
UZ O‘zbek الأوزبكية Excel CSV SQLite
UK Українська الأوكرانية Excel CSV SQLite
KA ქართული الجورجية Excel CSV SQLite
LN Lingala اللينجالا Excel CSV SQLite
MK Македонски المقدونية Excel CSV SQLite
KM ភាសាខ្មែរ الخميرية Excel CSV SQLite
BM Bambara البامبارية Excel CSV SQLite
PA ਪੰਜਾਬੀ البنجابية Excel CSV SQLite
MR मराठी الماراثية Excel CSV SQLite
DA Dansk الدنماركية Excel CSV SQLite
RN Kirundi الكيروندي Excel CSV SQLite
YAO Yao الياو Excel CSV SQLite
KMR Kurmancî الكرمنجية Excel CSV SQLite
MS Bahasa Melayu الملايو Excel CSV SQLite

Our Key Statistics

More statistics
50+ Languages Supported by the encyclopedia
15+ Million Visits annually
5+ Million API calls monthly
40+ Thousand Translated Hadiths