উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।
عربي ইংৰাজী ফৰাচী
হে বালক! আল্লাহৰ নাম লোৱা, সোঁহাতেৰে খোৱা আৰু তোমাৰ সন্মুখৰ পৰা খোৱা।
عربي ইংৰাজী ফৰাচী
তোমালোকৰ মাজৰ যেতিয়া কোনোবাই আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত আৰু কিবা সেৱন কৰাৰ সময়ত সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।
عربي ইংৰাজী ফৰাচী
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।
عربي ইংৰাজী ফৰাচী