উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

যি ব্যক্তিয়ে আল্লাহৰ কিতাবৰ এটি হৰফ তিলাৱত কৰিব তাৰ বাবে আছে ছোৱাব আৰু প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্রদান কৰা হয়।
عربي ইংৰাজী ফৰাচী
মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে।
عربي ইংৰাজী ফৰাচী
আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে
عربي ইংৰাজী ফৰাচী
তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক?
عربي ইংৰাজী ফৰাচী
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
عربي ইংৰাজী ফৰাচী
উচ্চস্বৰে কোৰআন তিলাৱতকাৰী হৈছে প্ৰকাশ্যভাৱে দান কৰা ব্যক্তিৰ দৰে, আনহাতে নিম্নস্বৰে কোৰআন তিলাৱতকাৰী হৈছে গোপনে দান কৰা ব্যক্তিৰ দৰে।
عربي ইংৰাজী ফৰাচী