উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত পৃথিৱীৰ প্ৰতি কোনো মনোযোগ নাথাকিব, সেই ব্যক্তিৰ পূর্বৰ গুনাহ ক্ষমা কৰি দিয়া হ’ব।
عربي ইংৰাজী ফৰাচী
আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে।
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।
عربي ইংৰাজী ফৰাচী