উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

“দু’আই হৈছে ইবাদত
عربي ইংৰাজী উৰ্দু
মহান আল্লাহৰ ওচৰত দুআতকৈ অধিক সন্মানিত বস্তু আন একো নাই।
عربي ইংৰাজী উৰ্দু
যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।
عربي ইংৰাজী ইন্দোনেচিয়ান
ভাতৃৰ অনুপস্থিতিত মুছলিম ভাতৃৰ দুআ লগে লগে কবূল হয়।
عربي ইংৰাজী উৰ্দু