عن أنس بن مالك رضي الله عنه:
أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ لَا يَرُدُّ الطِّيبَ.  
                        
[صحيح] - [رواه البخاري] - [صحيح البخاري: 2582]
                        
 المزيــد ... 
                    
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল। 
                                                     
                                                                                                    
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 2582]                                            
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নীতি আছিল যে, তেখেতে কেতিয়াও সুগন্ধিক প্ৰত্যাখ্যান কৰা নাছিল, বৰং গ্ৰহণ কৰিছিল, কাৰণ এইটো বহন কৰা সহজ আৰু সুগন্ধিময়।