উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক খুতবাতুল হাজাহ শিকাইছে। নিশ্চয় সকলো প্ৰকাৰ প্রশংসা কেৱল আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ, তেওঁৰ ওচৰতেই ক্ষমা বিচাৰোঁ। লগতে আমি আমাৰ প্রবৃত্তিৰ অনিষ্টতাৰ পৰা তেওঁৰ ওচৰত আশ্রয় প্ৰাৰ্থনা কৰোঁ।
عربي ইংৰাজী ফৰাচী