عن أنس بن مالك رضي الله عنه مرفوعاً: أن النبي صلى الله عليه وسلم كان لا يَرُدُّ الطيب.
[صحيح] - [رواه البخاري]
المزيــد ...

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত: "c2">“নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল।”
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদর্শ আছিল যে, তেখেতক আতৰ বা সুগন্ধি দিলে তেখেতে কেতিয়াও লবলৈ অস্বীকাৰ কৰা নাছিল তথা প্রত্যাখ্যান কৰা নাছিল। কিয়নো এইটো বহন কৰা সহজ, লগতে সুগন্ধিময়। এই কথাষাৰ অন্য এটা বর্ণনাত আহিছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আতৰৰ হাদীয়া কবুল কৰা মুস্তাহাব। কিয়নো এইটো বহন কৰাত কোনো কষ্ট নাই আৰু এইটো কবুল কৰিলে কোনো ক্ষতিও নাই।
  2. সুগন্ধিৰ প্রতি আগ্রহ আৰু ইয়াক প্রত্যাখ্যান নকৰাটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আখলাকৰ পৰিপূর্ণতাৰ প্রমাণ।
  3. মানুহে সদায় সুগন্ধি ব্যৱহাৰ কৰা উচিত। কাৰণ এইটো হৈছে বান্দাৰ পৱিত্ৰতাৰ প্রমাণ। এতেকে জানি থোৱা উচিত যে, পৱিত্র নাৰী পৱিত্ৰ পুৰুষৰ বাবে আৰু পৱিত্ৰ পুৰুষ পৱিত্ৰ নাৰীৰ বাবে।
অধিক