+ -

عن أبي صِرْمة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال:
«مَنْ ضَارَّ ضَارَّ اللهُ بِهِ، وَمَنْ شَاقَّ شَقَّ اللهُ عَلَيْهِ».

[حسن] - [رواه أبو داود والترمذي وابن ماجه وأحمد] - [سنن الترمذي: 1940]
المزيــد ...

আবু চিৰমাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।

[হাছান] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [ছুনান তিৰমিজী - 1940]

ব্যাখ্যা

কোনো মুছলিমক ক্ষতি কৰা বা কোনো বিষয়ত তাক কষ্ট দিয়া; শাৰীৰিক কষ্ট হওক বা ধন-সম্পদৰ ক্ষয়-ক্ষতি নাইবা পৰিয়ালৰ ক্ষয়-ক্ষতিয়ে হওক, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সাৱধান কৰিছে। যি ব্যক্তিয়ে কাৰোবাক এনেকুৱা কষ্ট দিব, আল্লাহেও সেই অনুপাতেই তাক শাস্তি বিহিব।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুছলিমক ক্ষতি কৰা আৰু তাক কষ্ট দিয়া হাৰাম।
  2. আল্লাহে তেওঁৰ বান্দাৰ ফালৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে।
অধিক