عن أبي مسعود البدري رضي الله عنه عن النبي صلى الله عليه وسلم قال: «من دلَّ على خير، فله مثلُ أجرِ فاعلِه».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু মাছ‘ঊদ আল-বাদৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ সূত্রত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণিত, তেখেতে কৈছেঃ "c2">“যি ব্যক্তিয়ে কল্যাণৰ পথ দেখুৱায়, তেৱোঁ আমলকাৰীৰ সমপৰিমাণ ছোৱাব পায়।” ছহীহ – এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

এইটো এটা মহান হাদীছ। হাদীছটোৱে প্রমাণ কৰে, যি ব্যক্তিয়ে কাৰোবাক কল্যাণৰ পথ দেখুৱায়, সেই ব্যক্তিয়েও আমলকাৰীৰ সমানেই ছোৱাব লাভ কৰে। ইয়াৰ মাজত কথাৰ দ্বাৰা আৰু কৰ্মৰ দ্বাৰা উভয় প্ৰকাৰ পথ দেখুৱা অন্তৰ্ভুক্ত আছে। কথাৰ দ্বাৰা পথ দেখুৱা যেনে, শিক্ষা প্ৰদান কৰা, আৰু কৰ্মৰ দ্বাৰা পথ দেখুৱা যেনে, উত্তম আদৰ্শৱান হোৱা।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কল্যাণৰ পথ দেখুৱাবলৈ উৎসাহ প্রদান কৰা হৈছে। মাধ্যমসমূহৰ ওপৰতো উদ্দেস্যসমূহৰ বিধান প্ৰযোজ্য হয়।
অধিক