হাদীছৰ তালিকা

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সৰ্বপ্ৰথম যি অহী আহিছিল, সেয়া আছিল নিদ্ৰাৱস্থাত নেক সপোনৰ মাধ্যমত।
عربي الإنجليزية الإندونيسية
(ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) এদিনাখন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, ফলত মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ। দেখিলোঁ, সেইজন ফিৰিস্তা যিজন হিৰা গুহাত মোৰ ওচৰলৈ আহিছিল।
عربي الإنجليزية الأوردية