عن أبي هريرة رضي الله عنه مرفوعاً: «من صَام رمضان إيِمَانًا واحْتِسَابًا، غُفِر له ما تَقدَّم من ذَنْبِه».
[صحيح] - [متفق عليه]
المزيــد ...

আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বর্ণিত, "c2">“যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছটোৰ অর্থ: যি ব্যক্তিয়ে আল্লাহৰ প্রতি ঈমানৰ সৈতে আৰু তেওঁৰ প্রতিশ্রুতিৰ প্রতি বিশ্বাস কৰি, তেওঁৰ ওচৰত ছোৱাব কামনাৰ আশাৰে কেৱল আল্লাহৰ সন্তুষ্টি লাভৰ ইচ্ছাত, কোনো ধৰণৰ লৌকিকতা আৰু সুখ্যাতিৰ উদ্দেশ্য নোহোৱাকৈ ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুণাহসমূহ ক্ষমা কৰি দিয়া হয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰমাজানৰ ফজিলত আৰু ইয়াৰ উচ্চ মর্যাদাৰ বর্ণনা। এইটো হৈছে চওম পালনৰ মাহ। যি ব্যক্তিয়ে এই মাহত চওম পালন কৰিব তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও সেয়া সাগৰৰ ফেনাৰ সমান নহওক কিয়।
  2. মাহ সম্পৃক্ত নকৰাকৈ কেৱল ৰমাজান বুলি কোৱাও বৈধ।
অধিক