عَنْ عَائِشَةَ أُمِّ المُؤْمنين رَضيَ اللهُ عنها قَالَتْ: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«يُحْشَرُ النَّاسُ يَوْمَ الْقِيَامَةِ حُفَاةً عُرَاةً غُرْلًا» قُلْتُ: يَا رَسُولَ اللهِ النِّسَاءُ وَالرِّجَالُ جَمِيعًا يَنْظُرُ بَعْضُهُمْ إِلَى بَعْضٍ؟ قَالَ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَا عَائِشَةُ، الْأَمْرُ أَشَدُّ مِنْ أَنْ يَنْظُرَ بَعْضُهُمْ إِلَى بَعْضٍ».
المزيد
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"কিয়ামতৰ দিনা মানুহক নগ্নপদ, উলংগ অৱস্থাত, খতনাবিহীনভাৱে পুনৰুত্থিত কৰা হ'ব।"
মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল, তেতিয়া নাৰী-পুৰুষ সকলোৱে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰিব নেকি?" তেখেতে ক'লে: "হে আঈশ্বা, পৰিস্থিতি ইমান ভয়ংকৰ হ'ব যে, ইজনে সিজনৰ প্ৰতি চোৱাতো দূৰৈৰ কথা, (কল্পনা কৰাও সম্ভৱ নহয়)।"