+ -

عن حذيفة رضي الله عنه قال: سمعت النبي صلى الله عليه وسلم يقول:
«لَا يَدْخُلُ الْجَنَّةَ قَتَّاتٌ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6056]
المزيــد ...

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6056]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত উল্লেখ কৰিছে যে, আৰবী শব্দ নাম্মাম (চোগলখোৰ বা খলুৱা) ব্যক্তি হৈছে সেইজন, যিয়ে মানুহৰ মাজত ফিতনা ফাছাদ সৃষ্টি কৰিবলৈ ইজনৰ কথা সিজনক লগাই ফুৰে, সেই ব্যক্তি হৈছে শাস্তিৰ যোগ্য, সি জান্নাতত প্রৱেশ নকৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চোগলখোৰী বা খলুৱাগিৰি হৈছে কবীৰাহ গুনাহ।
  2. ইজনৰ কথা সিজনক লগাই ফুৰা নিষিদ্ধ। কিয়নো ইয়াৰ ফলত ব্যক্তি জীৱনত আৰু সমাজত ফিতনা সৃষ্টি হয় তথা অনিষ্ট সাধন হয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক