1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।

عَنِ ابْنِ عَبَّاسٍ رَضيَ اللهُ عنهما قَالَ:
قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِلْأَشَجِّ أَشَجِّ عَبْدِ الْقَيْسِ: «إِنَّ فِيكَ خَصْلَتَيْنِ يُحِبُّهُمَا اللهُ: الْحِلْمُ، وَالْأَنَاةُ».

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ (গোত্ৰ)ৰ আহত ব্যক্তিক ক'লেঃ "তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 17

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ গোত্ৰৰ আহত দলপতি মুনজিৰ ইবনু আয়েজ ৰাদ্বিয়াল্লাহু আনহুক কৈছিল যে, তোমাৰ মাজত এনেকুৱা দুটা বৈশিষ্ট্য আছে, যিটোক আল্লাহে ভাল পায়। সেই বৈশিষ্ট্য দুটা হৈছেঃ সহনশীল বুদ্ধিমত্তা তথা গাম্ভীৰ্যতা আৰু ধীৰ স্থিৰতা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ধৈৰ্য্য আৰু সহনশীলতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. যিকোনো বিষয়ৰ পৰিণতি সম্পৰ্কে পৰীক্ষা নিৰীক্ষা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. সহনশীলতা আৰু ধীৰস্থিৰতা হৈছে এটা প্ৰশংসনীয় গুণ।
  4. আল্লাহে মানুহক যি সৎ চৰিত্ৰ প্ৰদান কৰি সৃষ্টি কৰিছে, তাৰ বাবে মানুহে আল্লাহৰ প্ৰশংসা কৰা উচিত।
  5. আশ্বাজ্জ শব্দটোৰ অৰ্থ হৈছে, এনেকুৱা ব্যক্তি যিয়ে মুখত আঘাতপ্ৰাপ্ত হৈছে, অথবা মূৰত নাইবা কপালত।

অনুবাদ চাওক

38 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
PS پښتو بشتو
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
KN ಕನ್ನಡ الكانادا
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية