হাদীছৰ তালিকা

সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা।
عربي الإنجليزية الأوردية
নিজৰ ক্ষতি কৰা উচিত নহয়, আৰু আনৰ ক্ষতি কৰাও উচিত নহয়।
عربي الإنجليزية الأوردية
মই তোমালোকক যিটো বিষয় বৰ্ণনা নকৰাকৈ এৰি দিছোঁ, তেনেকুৱা বিষয়ৰ ক্ষেত্ৰত তোমালোকে মোকো এৰি দিয়া (অযথা প্ৰশ্ন নকৰিবা)। কাৰণ তোমালোকৰ পূৰ্বৱৰ্তীসকলে অযথা প্ৰশ্ন আৰু তেওঁলোকৰ নবীসকলৰ সৈতে মতভেদ কৰাৰ কাৰণে ধ্বংস হৈছে।
عربي الإنجليزية الأوردية
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট
عربي الإنجليزية الأوردية
(আৰম্ভণিতো) ক্ষতি কৰা উচিত নহয় আৰু প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰতো ক্ষতি কৰা উচিত নহয়। যিয়ে আনক ক্ষতি কৰিব, আল্লাহে তাক ক্ষতি কৰিব। এইদৰে যিয়ে আনক কষ্ট দিব, আল্লাহেও তাক কষ্ট দিব।
عربي الإنجليزية الأوردية
মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।
عربي الإنجليزية الأوردية
সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।
عربي الإنجليزية الأوردية
নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।
عربي الإنجليزية الأوردية
আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! কোনোবাই যদি মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে তেন্তে মই কি কৰা উচিত?
عربي الإنجليزية الأوردية
তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ আৰু আল্লাহ সম্পৰ্কে বেছি অৱগত।
عربي الإنجليزية الأوردية