عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ قَالَ:
«لَا يَمْنَعَنَّ رَجُلًا مِنْكُمْ مَخَافَةُ النَّاسِ أَنْ يَتَكَلَّمَ بِالْحَقِّ إِذَا رَآهُ أَوْ عَلِمَهُ».
[صحيح] - [رواه الترمذي وابن ماجه وأحمد] - [مسند أحمد: 11403]
المزيــد ...
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"কোনো (অসৎ কৰ্মৰ) বিষয়ে জনাৰ পিছত বা দেখাৰ পিছত সেই বিষয়ে ক'বলৈ মানুহৰ ভয়ে যাতে তোমালোকক বিৰত নাৰাখে।"
[ছহীহ] - [(তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [মুছনাদ আহমদ - 11403]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক ভাষণ প্ৰদান কৰি উপদেশ দিছে যে, মানুহৰ ভয় ভাবুকিয়ে যেন তেওঁলোকক সত্য কথা কোৱাৰ পৰা বিৰত নাৰাখে, বা কোনো অনিয়ম দেখা পালে বা অৱগত হ'লে সেই বিষয়ে মানুহক জনোৱাৰ পৰা বিৰত নাথাকে।