عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«تَهَادَوا تَحَابُّوا».
[حسن] - [رواه البخاري في الأدب المفرد وأبو يعلى والبيهقي] - [الأدب المفرد: 594]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।"
[হাছান] - [رواه البخاري في الأدب المفرد وأبو يعلى والبيهقي] - [الأدب المفرد - 594]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিম ব্যক্তিক পৰস্পৰৰ মাজত হাদিয়া তথা উপহাৰ আদান-প্ৰদান কৰিবলৈ উৎসাহিত কৰিছে। কিয়নো উপহাৰ আদান প্ৰদান কৰিলে মুহাব্বত সৃষ্টি হয়, আৰু এইটো হৈছে হৃদয়ক একত্ৰিত কৰাৰ অন্যতম এটা উপায়।