عَنْ عُقْبَةَ بْنِ عَامِرٍ رَضيَ اللهُ عنه عَنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«كَفَّارَةُ النَّذْرِ كَفَّارَةُ اليَمِينِ».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 1645]
المزيــد ...
উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ
"শপতৰ কাফ্ফাৰাই হৈছে নজৰ তথা মান্নতৰ কাফ্ফাৰাহ।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 1645]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা জনাইছে যে, যদি কোনোবাই নজৰ তথা মানত কৰে আৰু কোনো বস্তু নিৰ্দিষ্ট নকৰে তেন্তে ইয়াৰ কাফ্ফাৰাহ হ'ব শপতৰ কাফ্ফাৰাৰ সম পৰিমাণ।