উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু ক্ষমা কৰাৰ বিনিময়ত আল্লাহে (ক্ষমাকাৰীৰ) সন্মান বৃদ্ধি কৰে, আৰু যিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদাত উন্নীত কৰিব।
عربي ইংৰাজী ফৰাচী
মহান আল্লাহে কৈছে, হে আদম সন্তান! তুমি ব্যয় কৰা, তোমাৰ ওপৰতো ব্যয় কৰা হ’ব।
عربي ইংৰাজী ফৰাচী
আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়।
عربي ইংৰাজী ফৰাচী