عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«مَلْعُون مَنْ أتَى امرأتَه في دُبُرِها».
[حسن] - [رواه أبو داود والنسائي في الكبرى وأحمد] - [سنن أبي داود: 2162]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।"
[হাছান] - [(আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)] - [ছুনান আবি দাঊদ - 2162]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্কবাণী দিছে যে, স্বামীয়ে যেন স্ত্ৰীৰ মলদ্বাৰেৰে যৌন মিলন নকৰে। কাৰণ এইটো হৈছে আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত হোৱাৰ আৰু অভিশপ্ত হোৱাৰ কাৰণ। তথা এইটো হৈছে এটা মহাপাপ।