চালাতুল ইস্তিস্কা বা বৰষুণ প্ৰাৰ্থনাৰ নামাজ

1হাদীছৰ তালিকা

হাদীছৰ তালিকা 1

হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে।