عَنْ عَلِيٍّ رَضِيَ اللهُ عَنْهُ قَالَ
كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُقْرِئُنَا القُرْآنَ عَلَى كُلِّ حَالٍ مَا لَمْ يَكُنْ جُنُبًا.
[حسن] - [رواه أبو داود والترمذي والنسائي وابن ماجه وأحمد] - [سنن الترمذي: 146]
المزيــد ...
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
[হাছান] - - [ছুনান তিৰমিজী - 146]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক কোৰআন শিকাইছিল, আৰু তেওঁলোকক সকলো অৱস্থাতে কোৰআন পঢ়াইছিল, কিন্তু জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত পঢ়োৱা নাছিল।