উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

সর্বোত্তম জিকৰ হৈছে, লা ইলা-হা ইল্লাল্লাহ
عربي ইংৰাজী ফৰাচী
চাৰিটা বাক্য আল্লাহৰ ওচৰত অধিক প্রিয়। যি বাক্যৰ দ্বাৰাই তুমি আৰম্ভ কৰা তাত কোনো অসুবিধা নাই। ১-ছুবহানাল্লাহ, ২-আলহাম্দু লিল্লাহ, ৩-লা-ইলাহা ইল্লাল্লাহ, ৪-আল্লাহু আকবৰ।
عربي ইংৰাজী ফৰাচী
দুটা বাক্য উচ্চাৰণ কৰিবলৈ জিভাৰ বাবে খুবেই সহজ, দয়াময় আল্লাহৰ ওচৰত অতি প্রিয়, আমলৰ পাল্লাত অত্যন্ত গধূৰ : (সেয়া হৈছে) ‘ছুবহানাল্লাহি অবিহামদিহী, ছুবহানাল্লাহিল আযীম।
عربي ইংৰাজী ফৰাচী
ছুবহানাল্লাহ, আল-হামদু লিল্লাহ, অলা লা-ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ কোৱা।
عربي ইংৰাজী ফৰাচী